AFRICAN TOURQUISE ( FIROZA) CRYSTAL
You must have seen salman khan wearing this stone.this is also
known as firoza. This is a powerful crystal that can change your luck and bring success in life.this has multiple benefits such as- it connects you to spiritual relm and make your wishes come true
faster,it makes you kind and open to receive love,it makes you calm.provides growth in
life, balance emotions, also known as the stone of new beginnings, removes negativity.
Assam
1. এই Firoza Crystal টো গুৰু বৃহস্পতি (Jupiter Planet) ৰ শুভ প্ৰভাৱক আকৰ্ষণ কৰাৰ লগতে জন্ম কুন্ডুলীত গুৰু গ্রহ শুভ কৰি ৰাখে৷
2. ই Throat Chakra ৰ শুভ প্ৰভাৱক আকৰ্ষণ কৰে আৰু নিয়ন্ত্ৰিত কৰে।
3. এই শক্তিশালী Crystal টোৱে আপোনাৰ ভাগ্য সলনি কৰি জীৱনত সফলতা কঢ়িয়াই অনাত সহায় কৰে ।
4. ই আপোনাক আধ্যাত্মিকতাৰ সৈতে সংযোগ কৰে আৰু আপোনাৰ ইচ্ছাক দ্রুতভাৱে পূৰণ কৰোঁৱাত সহায় কৰে।
5. এই Crystal টোক নতুন আৰম্ভণিৰ (New Beginnings) Crystal বুলিও কোৱা হয় ৷
6. আপুনি জীৱনত যশ, মান সন্মান সকলো পাব। ই আপোনাক শান্ত কৰি ৰখাত সহায় কৰে
Reviews
There are no reviews yet.