Premium Fertility -PCOS- Period Healing Crystal (Crystal for Women Health)
THIS BRACELET IS DESIGNED TO HEAL FERTILITY ISSUES AND FOR PEOPLE WITH LATE PERIODS ISSUE. THIS WORKS ON LOWER CHAKRAS AND HELPS IN BALANCING SUCH ISSUES. PLACE THIS BRACELET ON YOUR LOWER ABDOMINA AND CHANTCRAFFIRMATIONS RELATED GTOOS FERTILITY HEALING OR PERIODS RELATED TO GET FAST RESULTS
- ৮ টা CRYSTAL ৰ সংযোজনত এই BRACELET ডাল DESIGNED কৰা হৈছে।
- দেৰিকৈ মাহেকীয়া হোৱা বা মাহেকীয়া সমস্যা (PERIOD ISSUES) থকা মহিলা সকল্ব বাবে এই BRACELET ডাল সংযোজন কৰা হৈছে।
- এই BRACELET ডালে প্রজনন ক্ষমতাৰ সমস্যা (FERTILITY ISSUES) ভাল কৰে।
- ই আমাৰ শৰীৰৰ নিম্ন চক্ৰত (LOWER CHAKRA) কাম কৰে আৰু এনে বিষয়সমূহৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।
- এই BRACELET ডাল আপোনাৰ পেটৰ তলৰ অংশত (LOWER ABDOMINA) ৰাখক আৰু দ্রুত ফলাফল পাবলৈ প্ৰজনন ক্ষমতা নিৰাময় (FERTILITY ISSUES) বা মাহেকীয়া সৈতে জড়িত (PERIODS ISSUES) AFFAMATIONS বা ধনাত্মক ভাৱ প্ৰকাশ কৰক। THE MAGIC IS YOURS
- এই BRACELET ডালত SELENITE CRYSTAL ৰ সংযোজন কৰা হৈছে। SELENITE হৈছে পৃথিৱীৰ একমাত্ৰ CRYSTAL যাক কোনো ধৰণৰ CLEANSING / ENERGIZED ৰ প্ৰয়োজন নাই। ইয়াৰ ফলত এই BRACELET ডাল অজীৱন (LIFE TIME) ENERGIZED হৈ থাকিব।
Reviews
There are no reviews yet.